পশ্চিম আফ্ৰিকাৰ দেশ মালিত ৩ ভাৰতীয়ক অপহৰণ। অপহৰণৰ দায়িত্ব স্বীকাৰ অল-কায়দাৰে জড়িত সন্ত্ৰাসবাদী সংগঠন JNIMৰ। ১ জুলাইত সংঘটিত হৈছিল এই ঘটনা। এটা ঔদ্যোগিক এলেকাত প্ৰৱেশ কৰি ৩ ভাৰতীয়ক অপহৰণ।