ভাৰতীয় জেভেলিন থ্ৰ’ খেলুৱৈ তথা গ’ল্ডেন বয় নীৰজ চোপ্ৰাই পেৰিছ ডাইমণ্ড লীগ ২০২৫ৰ পুৰুষৰ জেভেলিন থ্ৰ’ত প্ৰথম স্থান দখল কৰিছে। জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰি নীৰজে। শুকুৰবাৰে চোপ্ৰাই প্ৰথম ৰাউণ্ডত ৮৮.১৬ মিটাৰ থ্ৰ’ কৰি খিতাপ দখল কৰে। যোৱা সময়ছোৱাত দুবাৰকৈ ৱেবাৰৰ হাতত পৰাস্ত হৈছিল নীৰজ। কিন্তু এই মেচত জয়েৰে তেওঁ যেন পুৰণি পৰাজয়ৰ হিচাপ-নিকাজ কৰি পেলালে।শুকুৰবাৰে চোপ্ৰাই প্ৰথম ৰাউণ্ডত ৮৮.১৬ মিটাৰ থ্ৰ’ কৰি খিতাপ দখল কৰে। যোৱা সময়ছোৱাত দুবাৰকৈ ৱেবাৰৰ হাতত পৰাস্ত হৈছিল নীৰজ। কিন্তু এই মেচত জয়েৰে তেওঁ যেন পুৰণি পৰাজয়ৰ সকলো হিচাপ-নিকাজ কৰি পেলালে।
