আইচিআইচিআই প্ৰু লাইফৰ সৰ্বোচ্চ বোনাচ

123

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চিউৰেন্সে ২০২১ বিত্তীয় বৰ্ষত আঁচনিধাৰকসকলক বাৰ্ষিক ৮৬৭ কোটি টকাৰ বোনাচ আগবঢ়াইছে। এইটো প্ৰথম বাৰৰ বাবে যে ইমান ডাঙৰ বোনাচ পৰিশোধ কৰা হৈছে আৰু পৰিমাণটো আগৰ বিত্তীয় বৰ্ষতকৈ ১০% অধিক। সকলো যোগ্য আঁচনিধাৰকে ৩১ মাৰ্চ ২০২১ লৈকে এই বোনাচ লাভ কৰিব। কোম্পানীটোৱে একেৰাহে ১৫ বছৰ ধৰি বোনাচ পৰিশোধ কৰি আহিছে। এইবাৰ বোনাচে ৯.৮ লাখ আঁচনিধাৰকক লাভান্বিত কৰিব। কোম্পানীৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে যে আইচিচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চিউৰেন্সৰ পৰিচালনা সঞ্চালক এন এছ কান্ননে কৈছিল।