আজি কাৰ্যসূচীৰ তৃতীয় দিনা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসৱৰ মূল আৰ্কষণ গোসাঁই ফুৰোৱা উৎসৱ। বটদ্রৱাত মহাড়ম্বৰপূৰ্ণভাৱে দৌল যাত্ৰা মহোৎসৱ ১৩ মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে চলি আছে। আজি কাৰ্যসূচীৰ তৃতীয় দিনা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসৱৰ মূল আৰ্কষণ গোসাঁই ফুৰোৱা উৎসৱ। বটদ্রৱাত মহাড়ম্বৰপূৰ্ণভাৱে দৌল যাত্ৰা মহোৎসৱ ১৩ মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে চলি আছে। আজি কাৰ্যসূচীৰ তৃতীয় দিনা থানৰ নিত্য-নৈমিত্তিক চৈধ্য প্রসঙ্গৰ উপৰিও উদযাপিত হয় দৌল উৎসৱৰ মূল আৰ্কষণ গোসাঁই ফুৰোৱা উৎসৱ। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিণ কৰোৱা লগতে বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা শত সহস্ৰ ভকত বৈষ্ণৱে ফাকু খেলি হৰি নামৰ অমৃত ৰসৰ মাজেৰে ৰং ধেমালি কৰি নৃত্য গীতত বিলিন হৈ এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰে।