১৫ মাৰ্চত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।
স্কুল-কলেজ বন্ধ ঘোষণা কৰিলে প্ৰশাসনে।
১৫ মাৰ্চত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ।
সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব ১৫ মাৰ্চত।
ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা।