দিছপুৰ প্ৰেছ ক্লাবত দ্বাদশ সংখ্যক কালচক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা উন্মোচন। কাল চক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা অনুসৰি অসম ৰাজ্য আৰু ৰাজনৈতিক নেতা সকলৰ ভৱিষ্যতবাণী। পঞ্জিকাখনৰ ভৱিষ্যতবাণী অনুসৰি ২৬ চনৰ ২৫ আগষ্টলৈকে হিমন্ত বিশ্ব শৰ্মাই বহু ক্ষেত্ৰত সফলতা পাব আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ কিছু দুৰ্বলতা দেখা যাব অত্যাধিক ঋনে ভৱিষ্যত প্ৰজন্মক অসুবিধাত পেলাব। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা দ্বিতীয়জন এতিয়াই নোলাব পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা।শনিৰ দৃষ্টিৰ বাবে পিছপৰি থাকিব সৰ্বানন্দ সোণোৱালসৰ্বানন্দ সোণোৱালতকৈ বহু ওপৰত থাকিব হিমন্ত বিশ্ব শৰ্মা।
