অসম চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ

11

গো মাংস সৰবৰাহৰ গোচৰত অসম চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ।
গোমাংসৰ বিপৰীতে অন্য কামত গুৰুত্ব দিবলৈ পৰামৰ্শ চৰকাৰক।
গো মাংস সৰবৰাহ সন্দৰ্ভত এজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
এই গোচৰতে গো মাংস হয়নে নহয় পৰীক্ষা কৰিবলৈ ফৰেনচিকলৈ পঠিয়াইছিল চৰকাৰে।
চৰকাৰে এনে কামৰ পৰিৱৰ্তে আন কামত গুৰুত্ব দিয়ক: SC।
এনে লোকৰ পিছত দৌৰাৰ পৰিৱৰ্তে আন ভাল কাম কৰক।
গো মাংস সৰবৰাহৰ এটা গোচৰক লৈ উচ্চতম ন্যায়ালয়ৰ এই টিপ্পনী।