হিৰো মট’কৰ্পে মুকলি কৰিছে এক্সপালছ ২০০ ৪ভি

532

হিৰো মট’কৰ্পে উন্মোচন কৰিছে এক্সপালছ ২০০ ৪ভি, যিখন অ’বিডি-আইআই আৰু ই২০ কম্প্লাইয়েণ্ট এডভেঞ্চাৰ মটৰ চাইকেল, য’ত আছে উন্নত প্ৰদৰ্শন, সংযোগ, প্ৰযুক্তি, আৰু ষ্টাইলিং।

ইয়াত ২০০চিচি ৪ ভালভ অইলকুল্ড বিএছ-ভিআই ইঞ্জিন আছে যাৰ সৰ্বোচ্চ শক্তি আউটপুট ৮০০০ আৰ পি এমত ১৯.১পি এছ ৬৫০০ আৰ পি এম-ত শীৰ্ষ টৰ্ক ১৭.৩৫ এন.এম। অন-বৰ্ড ডায়েগনষ্টিকছ ব্যৱস্থাই বাহনখনৰ যিকোনো ভুল বা বিজুতি ধৰা পেলোৱাত সহায় কৰে, আৰু ইয়াক এটা বিজুতি সূচক লাইটৰ জৰিয়তে ব্যৱহাৰকাৰীৰ দৃষ্টিগোচৰ কৰে।

মটৰ চাইকেলখনৰ দুটা ভিন্নতা উপলব্ধ – বেছ আৰু প্ৰ’, যাৰ আকৰ্ষণীয় মূল্য ১,৪৩,৫১৬/-(বেছ) আৰু ১,৫০,৮৯১/-(প্ৰ’)। হিৰো এক্সপালছ ২০০ ৪ভিৰ তিনিটা মোড আছে: ৰোড, অফ-ৰোড, আৰু ৰেলী।