H.S ফলাফল ঘোষণা কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ

164

HSৰ চূড়ান্ত পৰীক্ষাৰ কেউটা বিভাগৰ বহী পুনৰীক্ষণৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ২২ মে’৷

২৩ মে’ৰ ভিতৰত আবেদনকাৰীয়ে দাখিল কৰিব লাগিব ই-চালান৷

৯ মে’ত ঘোষণা হৈছিল HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷