আকৌ নতুনকৈ সংযোজন ঘটিছে আন এক অত্যাধুনিক চিকিৎসা ব্যবস্থা। যাৰ সহায়ত ৰোগীয়ে অতি কম সময়ৰ ভিতৰতে ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। ‘চেন্টার অব এক্সেলেন্স ফর কেদা কেয়াৰ’ নামৰ এই সুলভ গুণগত স্বাস্থ্যসেবাই প্ৰাৰম্ভিক অবস্থাতে ৰাইজৰ মাজত জনপ্রিয়তা লাভ কৰি এক ব্যতিক্রমী মাইলব খুঁটি অর্জন কৰিবলৈ সক্ষম হৈছে।
১।৬ মাহত ৩০০ৰো অধিক প্রাণ স্পর্শ
২। ২৫টা জটিল সুপ্রা-মেজৰ *কেন্সাৰ অস্ত্রোপচাৰ সফলতাৰে কৰা হয়
গুৱাহাটী, অসমঃ জিএনআৰচি* হাস্পতালে আজি এক সংবাদমেল আয়োজন কৰি ‘চেণ্টাৰ অব এক্সেলেন্স ফল কেন্সাৰ কেয়াৰ’ৰ উল্লেখযোগ্য সাফল্যসমূহৰ বিষয়ে পুংখানুপুংখভারে বিশ্লেষণ কবে। ছমাহ পূর্বে প্রতিষ্ঠা হোৱা এই কেন্দ্ৰটোরে যোৱা ৩ মাহৰ ভিতৰত লাভ কৰা উল্লেখযোগ্য সফলতাই ৰাইজৰ মাজত অংক ‘সজী সেৱাৰ এক নিৰ্ভৰযোগা প্রতিষ্ঠান হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। সংবাদ মেলৰ আৰম্ভণিতে জিএনআৰচি হাস্পতালৰ মুখ্য কার্যবাহী বিষয়া ডাঃ আশীষ মালাকাৰ আৰু ছার্জিকেলা অংক’লজীৰ মুৰব্বী ডাঃ যুৱৰাজ কলিতাই সাংবাদিকসকলক সম্বোধন কৰি ভাষণ প্রদান কবে। ডাঃ যুৱৰাজ কলিতাৰ নেতৃত্বত দলটোরে ‘চেণ্টাৰ অৱ এক্সেলেন্স ফৰ কেন্সাৰ কেয়াৰ’ৰ দ্রুত অগ্ৰগতিৰ ওপৰত আলোকপাত কবে। বিশেষকৈ ২৫টা জটিল সুপ্রা-মেজৰ কেন্সাৰৰ সফল অস্ত্রোপচাৰৰ এই কৃতিত্বই ইয়াব পাৰদর্শিতা আৰু উৎকৃষ্টতাৰ প্রতি দায়বদ্ধতাক প্রতীয়মান কবে। মেডিকেল অংক’লজী আৰু ছার্জিকেল অংক’লজীন সংমিশ্রণেৰে ‘চেণ্টাৰ অৱ এক্সেলেন্স ফৰ কেন্সাৰ কেয়াৰ’ৰ ৰোগীয়ে নিৰন্তৰ পৰিচৰ্যা লাভ কৰাটো নিশ্চিত করে শীঘ্রে জিএনআৰচি হাস্পতালে ৰেডিয়েচন অংক’লজী আৰু নিউক্লিয়ার মেডিচিনৰ সংযোজনেবে এটা ‘স্টেট অর। আর্ট কেন্সাৰ কেয়াৰ চেন্টাৰ’ গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।
এই কেন্দ্রটোরে উচ্চ জটিলতাৰ অংক’লজী ৰোগীৰ সফল চিকিৎসা পৰিচালনা কৰিবলৈ লোৱা ৰোগসম হ’ল- মূৰ আৰু ডিঙিৰ কেন্সাৰ, গেষ্ট্ৰ’ ইন্টেস্টাইনেল কেন্সাৰ, ইউৰ’ অংক’লজী, হেপাটো-বিলিয়াৰী-পেংক্রিয়াটি কেন্সাৰ, গাইনেক ‘লজিকেল অংক ‘লজী, স্তন কেন্সাৰ আৰু ছাবক ‘মা আদি। অস্ত্রোপচাৰ দলৰ সদস্যসকলে হুইপলছৰ প্ৰক্ৰিয়া, ছাইট বিডাক্টিভ অস্ত্রোপচাৰ আৰু আংশিক স্কেপুলেক্ট্রম দবে জটিল পদ্ধতিসমূহ দক্ষতাৰে সম্পন্ন কৰি ৰাইজৰ কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে এক নতুন মাপকাঠী স্থাপ কৰিছে। অস্ত্রোপচাৰৰ উৎকৃষ্টতাৰ উপৰিও এই ‘চেণ্টাৰ অব এক্সেলেন্স ফৰ কেন্সাৰ কেয়াৰে’ আগবঢ়োৱা ক্লিনিকে সেবাসমূহ- প্রায় ২০০ টা ছার্জিকেল অংক’লজী অপিডি পৰামর্শ, প্রায় ৮০টা মেডিকেল অংক’লজী অপিডি পৰামা ২০জন ৰোগীৰ বাবে কেমোথেৰাপী, প্রায় ২৫টা বায়’জী আৰু ইন্টাৰভেনছনেল ৰেডিঅ’লজি পদ্ধতি।
‘ছার্জিকেল অংক’লজী বিভাগৰ মুৰব্বী ডাঃ যুৱৰাজ কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়- ‘কেন্দ্রটেন গ্ৰহণ কৰা ২৫টা ডাঙৰ অস্ত্রোপচাৰৰ প্রতিটোৱেই আছিল প্রত্যাহ্বানমূলক। এই জটিল অস্ত্রোপচাৰ সফলতাৰে সম্প কৰি ৰোগীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাটোৱে আমাৰ সফলতা। গেষ্ট’ক্টমী, ছাইট ৰিডাকচন, মেক্সিলেক্ট (ইন্টাঅ’বেল) আৰু স্কেপুলেক্ট্রমী সকলো ৰোগীকে নিৰাপদে ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু আমাৰ চিকিৎসালয় আহি কেমোথেৰাপী লোৱাৰ ব্যৱস্থা কৰা হৈছে।
