গুৱাহাটীত গুলীবিদ্ধ ডকাইতৰ মৃত্যু।GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ৰণেশ দৈমাৰীৰ।আৰক্ষীৰ গুলীত দুই ভৰিত গুলী লাগিছিল ৰণেশৰ।ICUত ভৰ্তি হৈ আছিল নিহত ৰণেশ।জালুকবাৰীৰ চেইন কাঢ়ি নিয়া ঘটনাৰে জড়িত আছিল ৰণেশ দৈমাৰী।পূৰ্বেও কেইবাটাও অপৰাধজনিত ঘটনাত জড়িত আছিল ডকাইত ৰণেশ।১০ এপ্রিলত জেলৰ পৰা ওলাই আহিছিল ৰণেশ।
