পকী ঘৰ নথকা লাখ লাখ লোকৰ বাবে জৰুৰী খবৰ!ঘৰত বাহন থাকিলেও চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আৱেদন।

অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব চৰকাৰী পকী ঘৰ।
অসমৰ নতুনকৈ ৩ লাখ ৮৮ হাজাৰ লোকলৈ পকী ঘৰ ঘোষণা।
মাহে ১৫ হাজাৰ টকা উপাৰ্জন কৰিলেও হিতাধিকাৰীয়ে পাব ঘৰ।

ঘৰত দুচকীয়া বাহন থকা হিতাধিকাৰীৰ বাবেও চৰকাৰে প্ৰদান কৰিছে এই সুবিধা।
অহা এপ্ৰিল মাহত বাদ পৰি ৰোৱা সকলো লোকে লাভ কৰিব পকী ঘৰ।
অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম।

ঘৰ নোপোৱা সকলোৱে চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আৱেদন।
নতুনকৈ আত্মঃসহায় গোটৰ মহিলাই কৰিব পাৰিব জিঅ’টেগ।