আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ

74

আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ । এফালে অসমৰ ৰিয়ান পৰাগে ৰাজস্থানক নেতৃত্ব দিয়াৰ বিপৰীতে কেকেআৰক নেতৃত্ব দিব ৰাহানে। ইতিমধ্য়ে এই খেলখনকলৈ অধিক উৎসাহী হোৱা দেখা গৈছে অসমবাসীক । উল্লেখ্য যে, ৰাজস্থানৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হৈছে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ।ঘৰুৱা খেলপথাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ৰিয়ান পৰাগৰ অধিনায়কত্ব দেখা পাব ক্ৰিকেট অনুৰাগীয়ে ।