EVM টেম্পাৰিঙৰ অভিযোগক নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ।
বেলট ভোটিঙৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়াত সংশোধনৰ আবেদন নাকচ।
উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰিছিল ড০ কে এ পালে।
অধিকাংশ দেশৰ দৰে ভাৰততো বেলটৰ জৰিয়তে নিৰ্বাচনৰ আবেদন জনাইছিল পালে।
PILৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে নাকচ কৰিলে আবেদন।
নিৰ্বাচনী প্ৰক্ৰিয়াত কোনোধৰণৰ দুৰ্নীতি হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে।