EVM টেম্পাৰিঙৰ অভিযোগক নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

8

EVM টেম্পাৰিঙৰ অভিযোগক নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ।

বেলট ভোটিঙৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়াত সংশোধনৰ আবেদন নাকচ।

উচ্চতম ন্যায়ালয়ত PIL দাখিল কৰিছিল ড০ কে এ পালে।

অধিকাংশ দেশৰ দৰে ভাৰততো বেলটৰ জৰিয়তে নিৰ্বাচনৰ আবেদন জনাইছিল পালে।

PILৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে নাকচ কৰিলে আবেদন।

নিৰ্বাচনী প্ৰক্ৰিয়াত কোনোধৰণৰ দুৰ্নীতি হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে।