মাজনিশা গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত GMCৰ উচ্ছেদ অভিযান। পদপথ আৰু উৰণ সেঁতুৰ তলত অবৈধ ভাৱে দোকান দি অহা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল অভিযান। আজি পুনৰ চলিব এই উচ্ছেদ অভিযান।অপৰাধমুক্ত গুৱাহাটীৰ লক্ষ্যৰে GMC এ আৰম্ভ কৰিছে উচ্ছেদ অভিযান।পদপথ আৰু উৰণ সেঁতুৰ তলত অবৈধ ভাৱে দীৰ্ঘ দিনৰ পৰা দোকান দি অহা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল এই অভিযান।
