ইছলামিক পঞ্জিকা অনুসৰি প্ৰতি বছৰে জুল হিজ্জাৰ দশম দিনা ঈদ-উল-আজহা পালন কৰা হয়। ইছলামৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ যিটো প্ৰতি বছৰে ঈদ-উল-ফিতৰৰ পিছত পালন কৰা হয়, গতিকে এইবাৰ এই উৎসৱ কেতিয়া পালন কৰা হ’ব জানো আহক।চলিত বৰ্ষৰ হজ যাত্ৰা ৪ জুনত ছৌদি আৰৱৰ পবিত্ৰ স্থান মক্কাত আৰম্ভ হ’ব, ৫ জুন আৰাফাৰ দিন আৰু ৬ জুনত ঈদ-উল আজহা পালন কৰা হ’ব।
