ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল।
দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক।
যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।
বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ।
সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ।