শিলচৰত ড্ৰাগছ বিৰোধী অভিযান । অভিযানত জব্দ বাহনসহ মুঠ ৪১৫ গ্ৰাম হেৰ’ইন । গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ।
গোপন সূত্ৰৰ ভিত্তিত শিলচৰ শিলডুবি-শিলকুৰি সংযোগী পথত এখন বাহনত অভিযান চলাই আৰক্ষীয়ে ৩৫ টা চাবোনৰ বাকচৰ পৰা মুঠ ৪১৫ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে । জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ২ কোটি টকা । হেৰ’ইনৰ সৈতে আনোৱাৰ হুছেইন আৰু ৰিপন আহমেদ লস্কৰ নামৰ দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হয় ।