অসুস্থ ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ অসুস্থতাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু হৈছে জে ডি ভ্যান্স। খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী সম্পূৰ্ণ সুস্থ নহয়।যোৱা কিছু দিন ধৰি এনে বাতৰি সঘনে প্ৰকাশ পাইছে। এনে খবৰৰ মাজতে আহিছে আন এক ডাঙৰ খবৰ। ড’নাল্ড ট্ৰাম্পৰ অসুস্থতাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে জেডি ভ্যান্স। ট্ৰাম্পৰ অসুস্থতাৰ কথা উল্লেখেৰে উপ-ৰাষ্ট্ৰপতি জেডি ভ্যান্সে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’বলৈ সাজু বুলি মন্তব্য কৰিছে
