ছিৰিয়াৰ ৰাজধানীত আত্মঘাতী বোমা বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু হয়। ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি থকা সময়তে এই আক্ৰমণ সংঘটিত হৈছিল। ডাঙৰ কথাটো হ’ল ছিৰিয়াৰ আটাইতকৈ নিৰাপদ অঞ্চল বুলি গণ্য কৰা ৰাজধানীৰ মাজমজিয়াত সংঘটিত হৈছে এই আক্ৰমণ।ছিৰিয়াৰ ৰাজধানীত আত্মঘাতী বোমা বিস্ফোৰণত ১৫ জন লোকৰ মৃত্যু হয়। ইলিয়াছ গীৰ্জাৰ ভিতৰত প্ৰাৰ্থনা কৰি থকা সময়তে এই আক্ৰমণ সংঘটিত হৈছিল। ডাঙৰ কথাটো হ’ল ছিৰিয়াৰ আটাইতকৈ নিৰাপদ অঞ্চল বুলি গণ্য কৰা ৰাজধানীৰ মাজমজিয়াত সংঘটিত হৈছে এই আক্ৰমণ।
