ধূম্ৰপায়ীসকলৰ বাবে আহিল দু:খবৰ

26

ধূম্ৰপায়ীসকলৰ বাবে আহিল এক দুঃখবৰ।

কিয়নো বৃদ্ধি পাব পাৰে চিগাৰেটৰ মূল্য !

উল্লেখযোগ্য যে ইকন’মিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আঁতৰোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ’ব ।

ইফালে এই বাতৰি প্ৰকাশৰ পিছতে বৃহস্পতিবাৰে ধপাতৰ ওপৰত শ্বেয়াৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ অৱনমন দেখা গৈছে ।