১০০০ তকৈ অধিক উইকেট দখল কৰা এজন খেলুৱৈ গ্ৰহণ কৰিলে অৱসৰ। সামাজিক মাধ্যম যোগে তেওঁ এই কথা ঘোষণা কৰে। তেওঁ ঘৰুৱাৰ লগতে আন্তৰাষ্ট্ৰীয় মেচো খেলিছিল।
নিজৰ স্পিনেৰে ডাঙৰ ডাঙৰ বেটছমেনকো চিন্তাত পেলোৱা এই খেলুৱৈজনে ৪ ছেপ্টেম্বৰত নিজৰ অৱসৰৰ কথা ঘোষণা কৰে। এই খেলুৱৈজনৰ নাম অমিত মিশ্ৰ। বৃহস্পতিবাৰে সামাজিক মাধ্য়মৰ যোগেদি অমিত মিশ্ৰই অৱসৰৰ কথা ঘোষণা কৰে।
