আজি সমুখ সমৰত ভাৰত-পাকিস্তান

8

সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান।

দিনৰ ২.৩০ বজাৰ লগে লগে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচখন । এই মেচখনক লৈ ক্ৰিকটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা ।

এইবাৰ অৱশ্যে ফাইনেল বা প্ৰথম মেচ নহয়। এইবাৰ বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিছে।

ইফালে, নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হৈছে পাকিস্তান ।