চচল প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই।
বে আইনী বাবে ভাৰতীয় নাগৰিকক হাৰাহাস্তি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই।
মিঞাৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে
২৬ ৰাজনৈতিক বৈতৰণী পাৰ হ’বলৈ হাতত কোনো ইছু নাই। যাৰ ফলত বাৰম্বাৰ দুখীয়া নিচলা মুচলমান জনসাধাৰণক বাছি বাছি অত্যাচাৰ আৰু নিৰ্যাতন কৰি আছে ।
মুছলিম ছাত্ৰ সন্থাই চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় মুছলমানৰ কি অসমত থকাৰ অধিকাৰ নাই নেকি বুলি প্ৰশ্ন কৰে মুছাৰ সভাপতি।আশ্বিক ৰাব্বানীয়ে
মুছলিম ছাত্ৰ সন্থা ফালৰ পৰা কয় উচ্ছেদ কৰক আপত্তি নাই কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক সংস্থাপন অবিহনে উচ্ছেদক লৈ গৰজি উঠিল মুছা।
মুছলমানৰ লগত হোৱা অন্যায় অত্যাচাৰ বে আইনী উচ্ছেদক আৰু জনবীৰুধী কামৰ বিৰুদ্ধে গুৱাহাটী চচলত প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থাই।
বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰি সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ ।
যিসকল ব্যক্তিক উচ্ছেদ কৰিব বিচাৰিছে সেই সকল সকলোৱে ভাৰতীয় ভূমিহীন নাগৰিক।গতিকে প্ৰথমতে তেওঁলোকক ভূমিৰ আৱন্টন দিয়ক আৰু পিছত উচ্ছেদ কৰক এই বুলি মন্তব্য প্ৰদান কৰে মুছাৰ সভাপতিআশ্বিক ৰাব্বানীয়ে।
কাইলৈ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক স্মাৰক প্ৰত্ৰ প্ৰধান কৰিব মুছলিম ছাত্ৰ সন্থাই।
