এতিয়াৰে পৰা প্ৰয়োজন নহ’ব ইনকাম চাৰ্টিফিকেটৰ!
ইনকাম চাৰ্টিফিকেট বিচাৰি কাঢ়িব নালাগে তাত-বাতি।
ইনকাম চাৰ্টিফিকেটৰ সলনি দেখুৱাওক ৰেচন কাৰ্ডৰ কপি।
ৰেচন কাৰ্ড থাকিলেই মহাবিদ্যালয়ত লাভ কৰিব বিনামূলীয়া নামভৰ্তি।
ৰেচন কাৰ্ড দেখুৱালেই অধ্যক্ষই দিব লাগিব বিনামূলীয়া নামভৰ্তি।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।
