CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা। ৪ মে’ৰ পৰা ৭ জুনলৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা। আনহাতে ৪ মে’ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’ব দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা।