সংসদৰ অধিবেশনৰ পূৰ্বে অমাইক্ৰনক লৈ দেশবাসীক সতৰ্ক কৰি দিলে প্ৰধানমন্ত্ৰীয়ে
ডিজিটেল ডেস্কঃ সংসদত উত্থাপিত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বিজেপি চৰকাৰ। শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে, সংসদৰ প্ৰৱেশদ্বাৰত এই কথা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...
সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠকত ৩১ টা দলৰ অংশগ্ৰহণ, AAPৰ বহিস্কাৰ
সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে দেওবাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৩১ টা দলে অংশগ্ৰহণ কৰে। বৈঠকৰ পিছত সাংবাদিকৰ সৈতে...
বিজেপি সাংসদ গৌতম গম্ভীৰলৈ হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী সংগঠনৰ
বিজেপি সাংসদ গৌতম গম্ভীৰলৈ আইএছআইএছৰ হত্যাৰ ভাবুকি। ইমেইল যোগে বিজেপি সাংসদগৰাকীয়ে লাভ কৰিছে এই হত্যাৰ ভাবুকি। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গৌতম গম্ভীৰক দুবাৰকৈ হত্যাৰ...
ইঞ্জিনত বিসংগতি! নাগপুৰত জৰুৰী অৱতৰণ যাত্ৰীবাহী বিমানৰ
বাংগালুৰুৰ পৰা পাটনালৈ উৰা মৰা গো এয়াৰৰ এখন যাত্ৰীবাহী বিমান শনিবাৰে নাগপুৰ বিমান বন্দৰত জৰুৰী অৱতৰণ কৰিবলগা হয়।
বিমানখনৰ ইঞ্জিনত বিসংগতি ধৰা পৰাৰ পিছতে পাইলতে...
আজি তৃণমূল কংগ্ৰেছত যোগদান কৰিব কংগ্ৰেছৰ দুই মহাৰথী…
কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ৰাহুল গান্ধীৰ ঘনিষ্ঠ সহযোগী অশোক তানৱাৰে আজি দিল্লীত তৃণমূল কংগ্ৰেছত যোগদান কৰিব। খবৰ অনুসৰি, কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ কীৰ্তি...
মই দেশৰ বাবে এনেদৰে প্ৰেমপত্ৰ লিখি থাকিম: বিতৰ্কক লৈ মুখ খুলিলে কমেডিয়ান বীৰ দাসে
ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা তথা কমেডিয়ান বীৰ দাসৰ "টু ইণ্ডিয়া" মনোলগক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। বিশেষকৈ দেশৰ ৰাজনৈতিক মহলত বিষয়টোক লৈ চৰ্চা চলি...
কংগনাক হয় কাৰাগাৰত নতুবা মানসিক চিকিৎসালয়ত ৰখা উচিত: শিখ আৰু কৃষকক লৈ কৰা বিতৰ্কিত...
নতুন দিল্লীঃ শিৰোমণি অকালি দলৰ (এছএডি) নেতা তথা দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ সভাপতি মনজিন্দৰ সিং চিৰছাই শনিবাৰে কংগনা ৰাণাৱটৰ বিৰুদ্ধে "ঘৃণনীয়" মন্তব্য কৰাৰ...
চেন্নাই বিমান বন্দৰৰ বাহিৰত মৃত অৱস্থাত উদ্ধাৰ অসমৰ যুৱকক
গুৱাহাটীঃ শনিবাৰে চেন্নাই বিমানবন্দৰৰ প্ৰস্থান টাৰ্মিনেলৰ বাহিৰত অসমৰ এজন ৩৫ বছৰীয়া প্ৰব্ৰজনকাৰী শ্ৰমিকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
বাতৰি অনুসৰি, দীপক পাল নামৰ ব্যক্তিজন চেন্নাই...
বানত বিধ্বস্ত অন্ধ্ৰপ্ৰদেশ, জলমগ্ন তিৰুমালাৰ মন্দিৰৰ বিগ্ৰহ
ডিজিটেল ডেস্কঃ প্ৰবল বৃষ্টিপাতত বিপৰ্যস্ত অন্ধ্ৰ প্ৰদেশ। বৃহস্পতিবাৰে মন্দিৰ নগৰী তিৰুপতিত সৃষ্টি হয় বানসদৃশ পৰিস্থিতিৰ। তিৰুমালাৰ জাপালি অঞ্জনেৰ স্বামী মন্দিৰটোও বানত প্লাবিত হৈছে। আনকি...
অতি শীঘ্ৰে বিতৰ্কিত কৃষি আইন বাতিল কৰিব কেন্দ্ৰীয় চৰকাৰে: প্ৰধানমন্ত্ৰীয়ে কৰিলে ঘোষণা
কৃষকৰ এবছৰীয়া ৰাজপথৰ আন্দোলনৰ যেন পৰিসমাপ্তি ঘটিবলৈ গৈ আছে! শুকুৰবাৰে এই ইংগিতকে দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে...