দেৱালীলৈ মাজত মাথোঁ কেইটামান দিন বাকী
দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পী সকলে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। মৃৎ শিল্পত কুশলী এই...
তীব্ৰ বেগত আহি আছে সাগৰীয় ঘূর্ণী বতাহ ‘ডানা’
তীব্ৰ বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ডানা। ইতিমধ্যে এই ক্ষেত্ৰত পশ্চিম বংগ আৰু ওড়িশা চৰকাৰে এলাৰ্ট জাৰি কৰিছে। ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে অসমতো...
বৰপেটা জিলাত আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে অভিযান
বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। এনে এক অভিযানত আজি হাউলী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইনসহ এজন ড্ৰাগছ মাফিয়া।বৰপেটা জিলাৰ...
আৰক্ষীক আকৌ অপেন চেলেঞ্জ গাড়ী চোৰৰ
মহানগৰ আৰক্ষীক আকৌ অপেন চেলেঞ্জ গাড়ী চোৰৰ! এইবাৰ আৰক্ষীৰ পাপা গাড়ীৰ পৰাই পলাল দুই আচামী ।ফটাশিল আমবাৰী আৰক্ষী থানা এলেকাত ঘটিল চাঞ্চল্যকৰ কাণ্ড। মঙলবাৰে...
ৰাজ্যিক বিজেপিত অথন্তৰ
অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত অথন্তৰ। প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ মাজতে ধলাই বিজেপিত ফাঁট। অমিয় কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰি...
ৰাজ্যত বলিছে উপ-নিৰ্বাচনী বতাহ
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত বলিছে উপ-নিৰ্বাচনী বতাহ । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । এই পাঁচটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বক লৈ ৰাজনৈতিক দলসমূহৰ মাজত বিতৰ্ক...
জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাস
জম্মু-কাশ্মীৰত এই সন্ত্ৰাসৰ এক নতুন কাৰক হৈ পৰিছে লস্কৰ-ই-তৈবাৰ শাখা সংগঠন TRF। এই সন্ত্ৰাসবাদী সংগঠনটো উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত অধিক সক্ৰিয় হৈ...
শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় পথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক
শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় পথত দপ দপকৈ জ্বলিল মালবাহী ট্ৰাক।উল্লেখযোগ্য যে গোসাঁইগাঁও মহকুমাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শ্ৰীৰামপুৰত যোৱা নিশা হঠাৎ দপ দপকৈ জ্বলি উঠিল...
পুনৰ বিস্ফোৰণৰ ভাবুকি
৬ দিনত বিমানত বিস্ফোৰণৰ ৭০টা ভাবুকি।
ভাৰতীয় বিমান সংস্থাসমূহক ভূৱা বোমা বিস্ফোৰণৰ ভাবুকি।
ভাবুকিৰ পাছতেই দিল্লীত থকা সংস্থাটোৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক।
বৈঠকৰ সময়ত...
আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা
আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা।
অস্বাভাৱিকভাৱে শুকাই গৈছে বৰলুইত।
কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী যাতায়াতলৈ গভীৰ সংকট।
কমলাবাৰী-নিমাতীৰ মাজত চলা ৯খন ছিংগল ফেৰীসেৱা বন্ধ।
...