উত্তৰ-পূৱ Archives - Purbottar Asomiya https://purbottar.com/category/উত্তৰ-পূৱ/ Thu, 16 May 2024 09:29:23 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png উত্তৰ-পূৱ Archives - Purbottar Asomiya https://purbottar.com/category/উত্তৰ-পূৱ/ 32 32 178360463 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা https://purbottar.com/%e0%a6%95%e0%a6%be%e0%a6%9c%e0%a6%bf%e0%a7%b0%e0%a6%99%e0%a6%be-%e0%a7%b0%e0%a6%be%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af-5/ https://purbottar.com/%e0%a6%95%e0%a6%be%e0%a6%9c%e0%a6%bf%e0%a7%b0%e0%a6%99%e0%a6%be-%e0%a7%b0%e0%a6%be%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af-5/#respond Thu, 16 May 2024 09:29:20 +0000 https://purbottar.com/?p=51395 গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে এখন নৈশ বাছ। দুৰ্ঘটনাটোত বহুলোক আহত হয়। দুৰ্ঘটনাত পতিত নৈশ বাছখনৰ নম্বৰ AS-12-E-9381। বাছখন তেজপুৰৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰি আছিল। আহত যাত্ৰীসকলক শ্বহীদ বেজা বৈষ্ণৱ কহঁৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

The post কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা appeared first on Purbottar Asomiya.

]]>
গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে এখন নৈশ বাছ।

দুৰ্ঘটনাটোত বহুলোক আহত হয়।

দুৰ্ঘটনাত পতিত নৈশ বাছখনৰ নম্বৰ AS-12-E-9381।

বাছখন তেজপুৰৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰি আছিল।

আহত যাত্ৰীসকলক শ্বহীদ বেজা বৈষ্ণৱ কহঁৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

The post কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%95%e0%a6%be%e0%a6%9c%e0%a6%bf%e0%a7%b0%e0%a6%99%e0%a6%be-%e0%a7%b0%e0%a6%be%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%af%e0%a6%bc-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af-5/feed/ 0 51395
চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা https://purbottar.com/%e0%a6%9a%e0%a7%8b%e0%a6%95%e0%a6%be-%e0%a6%85%e0%a6%b8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0-%e0%a6%95%e0%a7%81%e0%a6%a0%e0%a6%be%e0%a7%b0%e0%a7%87%e0%a7%b0%e0%a7%87-%e0%a6%8f%e0%a6%9c%e0%a6%a8/ https://purbottar.com/%e0%a6%9a%e0%a7%8b%e0%a6%95%e0%a6%be-%e0%a6%85%e0%a6%b8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0-%e0%a6%95%e0%a7%81%e0%a6%a0%e0%a6%be%e0%a7%b0%e0%a7%87%e0%a7%b0%e0%a7%87-%e0%a6%8f%e0%a6%9c%e0%a6%a8/#respond Thu, 16 May 2024 09:23:50 +0000 https://purbottar.com/?p=51390 তামাৰহাটৰ উজানপেটলাত চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা। দীৰ্ঘদিনৰ পৰা দুটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ। বিবাদ আছিল দীনেশ চেত্ৰী আৰু গোবিন ৰায়ৰ মাজত। দীনেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে গোবিন ৰায়ে। আত্মৰক্ষাৰ বাবে ওলোটাই গোবিনক আক্ৰমণ কৰে দীনেশে। সম্প্ৰতি দীনেশ চেত্ৰীৰ অৱস্থাও সংকটজনক।

The post চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা appeared first on Purbottar Asomiya.

]]>
তামাৰহাটৰ উজানপেটলাত চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা।

দীৰ্ঘদিনৰ পৰা দুটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক বিবাদ।

বিবাদ আছিল দীনেশ চেত্ৰী আৰু গোবিন ৰায়ৰ মাজত।

দীনেশক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে গোবিন ৰায়ে।

আত্মৰক্ষাৰ বাবে ওলোটাই গোবিনক আক্ৰমণ কৰে দীনেশে।

সম্প্ৰতি দীনেশ চেত্ৰীৰ অৱস্থাও সংকটজনক।

The post চোকা অস্ত্ৰ, কুঠাৰেৰে এজনক হানি-খুঁচি হত্যা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9a%e0%a7%8b%e0%a6%95%e0%a6%be-%e0%a6%85%e0%a6%b8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0-%e0%a6%95%e0%a7%81%e0%a6%a0%e0%a6%be%e0%a7%b0%e0%a7%87%e0%a7%b0%e0%a7%87-%e0%a6%8f%e0%a6%9c%e0%a6%a8/feed/ 0 51390
ৰহাৰ পচলাবড়ীত চোৰৰ আতংক https://purbottar.com/%e0%a7%b0%e0%a6%b9%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a6%9a%e0%a6%b2%e0%a6%be%e0%a6%ac%e0%a6%a1%e0%a6%bc%e0%a7%80%e0%a6%a4-%e0%a6%9a%e0%a7%8b%e0%a7%b0%e0%a7%b0-%e0%a6%86%e0%a6%a4%e0%a6%82%e0%a6%95/ https://purbottar.com/%e0%a7%b0%e0%a6%b9%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a6%9a%e0%a6%b2%e0%a6%be%e0%a6%ac%e0%a6%a1%e0%a6%bc%e0%a7%80%e0%a6%a4-%e0%a6%9a%e0%a7%8b%e0%a7%b0%e0%a7%b0-%e0%a6%86%e0%a6%a4%e0%a6%82%e0%a6%95/#respond Thu, 16 May 2024 09:21:04 +0000 https://purbottar.com/?p=51387 ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক। বিদ্যুৎ দাস নামৰ লোকজনো বাহনখনেৰে গৈছিল চোৰৰ সন্ধানত । গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিদ্যুতৰ বাহনখন। বিদ্যুতক চোৰ বুলি সন্দেহ কৰি উত্তম-মধ্যম দিয়ে ৰাইজে। ৰহা আৰক্ষীয়ে খবৰ পাই ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰে বিদ্যুতক।

The post ৰহাৰ পচলাবড়ীত চোৰৰ আতংক appeared first on Purbottar Asomiya.

]]>
ৰহাৰ পচলাবড়ীত নিশা চোৰৰ আতংক।

বিদ্যুৎ দাস নামৰ লোকজনো বাহনখনেৰে গৈছিল চোৰৰ সন্ধানত ।

গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিদ্যুতৰ বাহনখন।

বিদ্যুতক চোৰ বুলি সন্দেহ কৰি উত্তম-মধ্যম দিয়ে ৰাইজে।

ৰহা আৰক্ষীয়ে খবৰ পাই ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰে বিদ্যুতক।

The post ৰহাৰ পচলাবড়ীত চোৰৰ আতংক appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%b0%e0%a6%b9%e0%a6%be%e0%a7%b0-%e0%a6%aa%e0%a6%9a%e0%a6%b2%e0%a6%be%e0%a6%ac%e0%a6%a1%e0%a6%bc%e0%a7%80%e0%a6%a4-%e0%a6%9a%e0%a7%8b%e0%a7%b0%e0%a7%b0-%e0%a6%86%e0%a6%a4%e0%a6%82%e0%a6%95/feed/ 0 51387
ড্ৰাগছ আসক্ত যুৱকেও ৰোগীক দিয়ে তেজ https://purbottar.com/%e0%a6%a1%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%97%e0%a6%9b-%e0%a6%86%e0%a6%b8%e0%a6%95%e0%a7%8d%e0%a6%a4-%e0%a6%af%e0%a7%81%e0%a7%b1%e0%a6%95%e0%a7%87%e0%a6%93-%e0%a7%b0%e0%a7%8b%e0%a6%97%e0%a7%80/ https://purbottar.com/%e0%a6%a1%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%97%e0%a6%9b-%e0%a6%86%e0%a6%b8%e0%a6%95%e0%a7%8d%e0%a6%a4-%e0%a6%af%e0%a7%81%e0%a7%b1%e0%a6%95%e0%a7%87%e0%a6%93-%e0%a7%b0%e0%a7%8b%e0%a6%97%e0%a7%80/#respond Thu, 16 May 2024 09:17:58 +0000 https://purbottar.com/?p=51383 ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ড্ৰাগছ আসক্ত যুৱকেও ৰোগীক দিয়ে তেজ। বুধবাৰে তেজৰ ৬টা দালালক আটক কৰাৰ পাছত পোহৰলৈ এই তথ্য। ধৃত ৬ দালালৰ ভিতৰত এজন যুৱক ড্ৰাগছ আসক্ত। AMCHৰ নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰে ৬টা তেজৰ দালালক।

The post ড্ৰাগছ আসক্ত যুৱকেও ৰোগীক দিয়ে তেজ appeared first on Purbottar Asomiya.

]]>
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ড্ৰাগছ আসক্ত যুৱকেও ৰোগীক দিয়ে তেজ।

বুধবাৰে তেজৰ ৬টা দালালক আটক কৰাৰ পাছত পোহৰলৈ এই তথ্য।

ধৃত ৬ দালালৰ ভিতৰত এজন যুৱক ড্ৰাগছ আসক্ত।

AMCHৰ নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰে ৬টা তেজৰ দালালক।

The post ড্ৰাগছ আসক্ত যুৱকেও ৰোগীক দিয়ে তেজ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%a1%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%97%e0%a6%9b-%e0%a6%86%e0%a6%b8%e0%a6%95%e0%a7%8d%e0%a6%a4-%e0%a6%af%e0%a7%81%e0%a7%b1%e0%a6%95%e0%a7%87%e0%a6%93-%e0%a7%b0%e0%a7%8b%e0%a6%97%e0%a7%80/feed/ 0 51383
ৰাজনৈতিক প্ৰচাৰৰ বাবে গুগল বিজ্ঞাপনত বিজেপিৰ ব্যয় ১৩৫ কোটি টকা https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%a8%e0%a7%88%e0%a6%a4%e0%a6%bf%e0%a6%95-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a%e0%a6%be%e0%a7%b0%e0%a7%b0-%e0%a6%ac%e0%a6%be%e0%a6%ac%e0%a7%87-%e0%a6%97%e0%a7%81/ https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%a8%e0%a7%88%e0%a6%a4%e0%a6%bf%e0%a6%95-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a%e0%a6%be%e0%a7%b0%e0%a7%b0-%e0%a6%ac%e0%a6%be%e0%a6%ac%e0%a7%87-%e0%a6%97%e0%a7%81/#respond Wed, 15 May 2024 13:13:26 +0000 https://purbottar.com/?p=51375 লোকসভা নিৰ্বাচন এতিয়া পঞ্চম পৰ্যায়ত প্ৰৱেশ কৰিছে। নিৰ্বাচনত জয়ী হ’বলৈ শাসকীয় দল বিজেপিৰ পৰা দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছলৈকে সকলোৱে অপ্ৰাণ চেষ্টা চলাইছে। এই নিৰ্বাচনত, ৰাজনৈতিক দলবোৰেও যথেষ্ট ধন ব্যয় কৰিছে। ভাৰতীয় ৰাজনৈতিক দলবোৰৰ ভিতৰত, শাসনাধিষ্ঠিত বিজেপি গুগল বিজ্ঞাপনৰ জৰিয়তে প্ৰচাৰৰ বাবে সৰ্বাধিক ব্যয়কাৰী হৈ পৰিছে। তেওঁলোকে বিজ্ঞাপনত ১০০ কোটিতকৈও অধিক টকা ব্যয় কৰিছে। ইয়াৰ […]

The post ৰাজনৈতিক প্ৰচাৰৰ বাবে গুগল বিজ্ঞাপনত বিজেপিৰ ব্যয় ১৩৫ কোটি টকা appeared first on Purbottar Asomiya.

]]>
লোকসভা নিৰ্বাচন এতিয়া পঞ্চম পৰ্যায়ত প্ৰৱেশ কৰিছে। নিৰ্বাচনত জয়ী হ’বলৈ শাসকীয় দল বিজেপিৰ পৰা দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছলৈকে সকলোৱে অপ্ৰাণ চেষ্টা চলাইছে। এই নিৰ্বাচনত, ৰাজনৈতিক দলবোৰেও যথেষ্ট ধন ব্যয় কৰিছে। ভাৰতীয় ৰাজনৈতিক দলবোৰৰ ভিতৰত, শাসনাধিষ্ঠিত বিজেপি গুগল বিজ্ঞাপনৰ জৰিয়তে প্ৰচাৰৰ বাবে সৰ্বাধিক ব্যয়কাৰী হৈ পৰিছে। তেওঁলোকে বিজ্ঞাপনত ১০০ কোটিতকৈও অধিক টকা ব্যয় কৰিছে। ইয়াৰ পিছত আছে কংগ্ৰেছ, যিয়ে বিজ্ঞাপনত ৬২ কোটি টকাতকৈও অধিক ব্যয় কৰিছে। ইয়াৰ উপৰিও, আন বহুতো দল আছে, যিয়ে ৰাজনৈতিক বিজ্ঞাপনত কোটি কোটি টকা ব্যয় কৰিছে। বিজেপিয়ে গুগল বিজ্ঞাপনত ১৩৫ কোটি টকা ব্যয় কৰিছে। তথ্য অনুসৰি, ৩১ মে’ ২০১৮ ৰ পৰা ১২ মে’ ২০২৪ লৈ, ৰাজনৈতিক দলবোৰে গুগল বিজ্ঞাপনত কোটি কোটি টকা ব্যয় কৰিছে। বিজেপিয়ে বিজ্ঞাপনৰ বাবে ১৩৫ কোটি টকা, কংগ্ৰেছে ৬২.১ কোটি টকা, ডিএমকেয়ে ২৯.৫ কোটি টকা, ৱাইএছআৰচিপিয়ে ১৫ কোটি টকা আৰু বিআৰএছয়ে ১২.১ কোটি টকা ব্যয় কৰিছে।দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সূত্ৰই জনায় যে সকলো দলৰ ভিতৰত বিজেপিয়ে লোকসভা নিৰ্বাচন সম্পৰ্কীয় সৰ্বাধিক সংখ্যক বিজ্ঞাপনৰ বাবে আবেদন কৰিছে। বিজেপিয়ে দিল্লীত প্ৰায় ২,০৮৪ টা ৰাজনৈতিক বিজ্ঞাপনৰ বাবে অনুমোদন বিচাৰিছে। তেওঁলোকে ১৩ মাৰ্চৰ পৰা ৮ মে’লৈ নিৰ্বাচন আয়োগৰ ওচৰত প্ৰায় ৫১৭ খন আবেদন দাখিল কৰিছে। ইয়াৰ পিছত, কংগ্ৰেছে ৩৪৯ টা ৰাজনৈতিক বিজ্ঞাপনৰ বাবে ১১৮ খন আবেদন দাখিল কৰিছে। তিনি নম্বৰত আছে আপ, যিয়ে ছয়খন আৱেদন দাখিল কৰিছে।

The post ৰাজনৈতিক প্ৰচাৰৰ বাবে গুগল বিজ্ঞাপনত বিজেপিৰ ব্যয় ১৩৫ কোটি টকা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%a8%e0%a7%88%e0%a6%a4%e0%a6%bf%e0%a6%95-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a%e0%a6%be%e0%a7%b0%e0%a7%b0-%e0%a6%ac%e0%a6%be%e0%a6%ac%e0%a7%87-%e0%a6%97%e0%a7%81/feed/ 0 51375
ৰাজ্যত আন এক ভয়ংকৰ ঘটনা https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%a4-%e0%a6%86%e0%a6%a8-%e0%a6%8f%e0%a6%95-%e0%a6%ad%e0%a6%af%e0%a6%bc%e0%a6%82%e0%a6%95%e0%a7%b0-%e0%a6%98%e0%a6%9f%e0%a6%a8%e0%a6%be/ https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%a4-%e0%a6%86%e0%a6%a8-%e0%a6%8f%e0%a6%95-%e0%a6%ad%e0%a6%af%e0%a6%bc%e0%a6%82%e0%a6%95%e0%a7%b0-%e0%a6%98%e0%a6%9f%e0%a6%a8%e0%a6%be/#respond Wed, 15 May 2024 07:15:29 +0000 https://purbottar.com/?p=51357 পুনৰ ৰাজ্যত আন এক ভয়ংকৰ ঘটনা। সোণৰ গহনা, দাবী কৰা ধন নিদিয়াৰ বাবেই পাষণ্ড স্বামীৰ হাতত মৃত্যু এগৰাকী ন-বোৱাৰীৰ। ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰি গাঁৱত এই ঘটনা। মঙলবাৰে ৰহস্যজনকভাৱে স্বামীগৃহত উদ্ধাৰ হয় মৃতদেহ। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

The post ৰাজ্যত আন এক ভয়ংকৰ ঘটনা appeared first on Purbottar Asomiya.

]]>
পুনৰ ৰাজ্যত আন এক ভয়ংকৰ ঘটনা।

সোণৰ গহনা, দাবী কৰা ধন নিদিয়াৰ বাবেই পাষণ্ড স্বামীৰ হাতত মৃত্যু এগৰাকী ন-বোৱাৰীৰ।

ঢকুৱাখনাৰ নাৰায়ণপুৰ চাপৰি গাঁৱত এই ঘটনা।

মঙলবাৰে ৰহস্যজনকভাৱে স্বামীগৃহত উদ্ধাৰ হয় মৃতদেহ।

তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

The post ৰাজ্যত আন এক ভয়ংকৰ ঘটনা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%a4-%e0%a6%86%e0%a6%a8-%e0%a6%8f%e0%a6%95-%e0%a6%ad%e0%a6%af%e0%a6%bc%e0%a6%82%e0%a6%95%e0%a7%b0-%e0%a6%98%e0%a6%9f%e0%a6%a8%e0%a6%be/feed/ 0 51357
ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা https://purbottar.com/%e0%a6%a1%e0%a6%bf%e0%a6%97%e0%a6%ac%e0%a7%88-%e0%a6%9a%e0%a6%b9%e0%a7%b0%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%9c%e0%a6%ae%e0%a6%9c%e0%a6%bf%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%a4-%e0%a6%b8%e0%a6%82/ https://purbottar.com/%e0%a6%a1%e0%a6%bf%e0%a6%97%e0%a6%ac%e0%a7%88-%e0%a6%9a%e0%a6%b9%e0%a7%b0%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%9c%e0%a6%ae%e0%a6%9c%e0%a6%bf%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%a4-%e0%a6%b8%e0%a6%82/#respond Wed, 15 May 2024 07:10:11 +0000 https://purbottar.com/?p=51354 ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চোকা অস্ত্রৰে ঘপিয়াই হত্যাৰ চেষ্টা এজন লোকক। ডিগবৈ চাৰিআলিৰ ৰে’ল গেটৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ধুবীবস্তিৰ অমৃত ঠাকুৰ নামৰ লোকজনক আক্রমণ আত্মীয়ৰ। অমৃতৰ পত্নীৰ আত্মীয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।

The post ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা appeared first on Purbottar Asomiya.

]]>
ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

চোকা অস্ত্রৰে ঘপিয়াই হত্যাৰ চেষ্টা এজন লোকক।

ডিগবৈ চাৰিআলিৰ ৰে’ল গেটৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

ধুবীবস্তিৰ অমৃত ঠাকুৰ নামৰ লোকজনক আক্রমণ আত্মীয়ৰ।

অমৃতৰ পত্নীৰ আত্মীয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে।

The post ডিগবৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%a1%e0%a6%bf%e0%a6%97%e0%a6%ac%e0%a7%88-%e0%a6%9a%e0%a6%b9%e0%a7%b0%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%9c%e0%a6%ae%e0%a6%9c%e0%a6%bf%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%a4-%e0%a6%b8%e0%a6%82/feed/ 0 51354
ৰাজস্থানত সংঘটিত হৈছে এক দুৰ্ঘটনা https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%b8%e0%a6%82%e0%a6%98%e0%a6%9f%e0%a6%bf%e0%a6%a4-%e0%a6%b9%e0%a7%88%e0%a6%9b%e0%a7%87-%e0%a6%8f%e0%a6%95/ https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%b8%e0%a6%82%e0%a6%98%e0%a6%9f%e0%a6%bf%e0%a6%a4-%e0%a6%b9%e0%a7%88%e0%a6%9b%e0%a7%87-%e0%a6%8f%e0%a6%95/#respond Wed, 15 May 2024 07:07:05 +0000 https://purbottar.com/?p=51349 ৰাজস্থানত সংঘটিত হৈছে এক দুৰ্ঘটনা। ৰাজ্যখনৰ ঝুনঝুনু জিলাত লিফট খহি পৰাৰ ফলত 14 গৰাকী লোক আৱদ্ধ হৈ পৰে। হিন্দুস্তান কপাৰ লিমিটেডৰ তামৰ খনিত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। বৰ্তমানলৈকে অব্যাহত আছে উদ্ধাৰ অভিযান।

The post ৰাজস্থানত সংঘটিত হৈছে এক দুৰ্ঘটনা appeared first on Purbottar Asomiya.

]]>
ৰাজস্থানত সংঘটিত হৈছে এক দুৰ্ঘটনা।

ৰাজ্যখনৰ ঝুনঝুনু জিলাত লিফট খহি পৰাৰ ফলত 14 গৰাকী লোক আৱদ্ধ হৈ পৰে।

হিন্দুস্তান কপাৰ লিমিটেডৰ তামৰ খনিত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল।

বৰ্তমানলৈকে অব্যাহত আছে উদ্ধাৰ অভিযান।

The post ৰাজস্থানত সংঘটিত হৈছে এক দুৰ্ঘটনা appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%b8%e0%a6%82%e0%a6%98%e0%a6%9f%e0%a6%bf%e0%a6%a4-%e0%a6%b9%e0%a7%88%e0%a6%9b%e0%a7%87-%e0%a6%8f%e0%a6%95/feed/ 0 51349
ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ https://purbottar.com/%e0%a6%ad%e0%a6%be%e0%a6%a1%e0%a6%bc%e0%a6%be%e0%a6%a4-%e0%a6%a6%e0%a6%bf%e0%a6%ac-%e0%a6%95%e0%a6%9f%e0%a6%a8-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a6%bf%e0%a6%a6%e0%a7%8d/ https://purbottar.com/%e0%a6%ad%e0%a6%be%e0%a6%a1%e0%a6%bc%e0%a6%be%e0%a6%a4-%e0%a6%a6%e0%a6%bf%e0%a6%ac-%e0%a6%95%e0%a6%9f%e0%a6%a8-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a6%bf%e0%a6%a6%e0%a7%8d/#respond Wed, 15 May 2024 07:03:22 +0000 https://purbottar.com/?p=51344 ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিবৰ বাবে গঠন কৰা হৈছে ৬জনীয়া কমিটী।

The post ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ appeared first on Purbottar Asomiya.

]]>
ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ।

ৰাজহ সংগ্ৰহৰ বাবে ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ।

কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিবৰ বাবে গঠন কৰা হৈছে ৬জনীয়া কমিটী।

The post ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ চৌহদ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%ad%e0%a6%be%e0%a6%a1%e0%a6%bc%e0%a6%be%e0%a6%a4-%e0%a6%a6%e0%a6%bf%e0%a6%ac-%e0%a6%95%e0%a6%9f%e0%a6%a8-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a6%bf%e0%a6%a6%e0%a7%8d/feed/ 0 51344
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান https://purbottar.com/%e0%a6%aa%e0%a6%a6%e0%a7%8d%e0%a6%ae%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%ac%e0%a6%bf%e0%a7%b0%e0%a7%81%e0%a6%ac%e0%a6%be%e0%a6%b2%e0%a6%be-%e0%a7%b0%e0%a6%be%e0%a6%ad%e0%a6%be%e0%a7%b0/ https://purbottar.com/%e0%a6%aa%e0%a6%a6%e0%a7%8d%e0%a6%ae%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%ac%e0%a6%bf%e0%a7%b0%e0%a7%81%e0%a6%ac%e0%a6%be%e0%a6%b2%e0%a6%be-%e0%a7%b0%e0%a6%be%e0%a6%ad%e0%a6%be%e0%a7%b0/#respond Mon, 13 May 2024 07:24:42 +0000 https://purbottar.com/?p=51279 পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান । আজি পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। আজি পুৱা আই চি ইউতে মৃত্যুক সাবটি লয় অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই। অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা অনাৰ চেষ্টা চলাইছিল। অসমত ডাইনী […]

The post পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান appeared first on Purbottar Asomiya.

]]>
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান ।

আজি পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ।

আজি পুৱা আই চি ইউতে মৃত্যুক সাবটি লয় অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই।

অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা অনাৰ চেষ্টা চলাইছিল।

অসমত ডাইনী সন্দেহত সন্মুখীন হোৱা বহু লোকক সহায় কৰিছে বিৰুবালা ৰাভাই।

তেওঁক ভাৰত চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

The post পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%aa%e0%a6%a6%e0%a7%8d%e0%a6%ae%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%ac%e0%a6%bf%e0%a7%b0%e0%a7%81%e0%a6%ac%e0%a6%be%e0%a6%b2%e0%a6%be-%e0%a7%b0%e0%a6%be%e0%a6%ad%e0%a6%be%e0%a7%b0/feed/ 0 51279