বিহাৰত বিষাক্ত সুৰা সেৱন কৰি ১৩ জনৰ মৃত্যু, ৩ জনে হেৰুৱালে দৃষ্টিশক্তি
বিহাৰৰ গোপালগঞ্জত বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু ঘটা লোকৰ সংখ্যা ১৩জনলৈ বৃদ্ধি হৈছে। আনহাতে বিষাক্ত সুৰা সেৱনৰ ফলত ইতিমধ্যে তিনিজন লোকে দৃষ্টিশক্তি হেৰুৱাই পেলাইছে...
১২ ঘন্টীয়া জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) আৰ্থিক জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তেওঁ সোমবাৰে ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। তেওঁক ১২ ঘণ্টা...
দেৱালীৰ বোনাচ! আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য
গুৱাহাটীঃ ইন্ধন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই হাহাকাৰ লগাইছে সাধাৰণ জনতাৰ মাজত। কোভিডে কোঙা কৰা জনতাৰ ওপৰত ইটোৰ পিছত সিটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে।...
উত্তৰ প্ৰদেশ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে SPৰ অধ্যক্ষ অখিলেশ যাদৱে
উত্তৰ প্ৰদেশৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ঘোষণা কৰিছে যে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। এটা ব্যক্তিগত চেনেলক দিয়া সাক্ষাৎকাৰত এই...
দেশত হ্ৰাস পাইছে কোভিড সংক্ৰমণ, কিন্তু বাঢ়িছে মৃত্যুৰ সংখ্যা
ডিজিটেল ডেস্কঃ দেশত কোৰোনা সংক্ৰমণৰ হ্ৰাস-বৃদ্ধি অব্যাহত আছে। যোৱা এটা দিনৰ তুলনাত দেশত কোভিড সংক্ৰমণৰ হাৰ ১১ শতাংশ হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা বৃদ্ধিয়ে...
NCBৰ বিষয়া সমীৰ ৱানখেডেৰ ধৰ্মক লৈ বিতৰ্ক: প্ৰথমা পত্নীৰ পিতৃয়ে ক’লে- এতিয়াও পঢ়ে নামাজ
নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ জোনেল ডাইৰেক্টৰ সমীৰ ৱানখেডেৰ সমস্যা বাঢ়ি আহিছে। তেওঁৰ ধৰ্মক লৈ সৃষ্টি হোৱা বিতৰ্কই প্ৰতিদিনে ধাৰণ কৰিছে ন ন ৰূপ। ইফালে,...
অসুস্থ বংগৰ ৰাজ্যপাল জগদীপ ধনখৰ; এইমছত স্বাস্থ্যৰ বুজ ল’লে অমিত শ্বাহে
ডিজিটেল ডেস্কঃ অসুস্থ পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰ। তেওঁ বৰ্তমান দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে চিকিৎসালয়ত উপস্থিত হৈ তেওঁৰ...
টি-২০ বিশ্বকাপ: ভাৰতৰ পৰাজয়ৰ পিছতে ছ’চিয়েল মিডিয়াত ট্ৰলৰ সন্মুখীন মহম্মদ ছামী
ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ চুপাৰ ১২ ৰ গ্ৰুপ ২ খেলত পাকিস্তানে ভাৰতক ১০ উইকেটত পৰাস্ত কৰাৰ পিছতে সামাজিক...
কৃষকৰ আন্দোলনৰ অধিকাৰ আছে, কিন্তু অনিৰ্দিষ্টকাললৈ পথ আবদ্ধ কৰিব নোৱাৰে: উচ্চতম ন্যায়ালয়
যোৱা এবছৰ ধৰি ক'লা কৃষি আইনৰ বিৰোধীতাৰে ৰাজপথৰ আন্দোলন অব্যাহত ৰখা কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰে উচ্চতম...
পুনৰ জামিন আবেদন খাৰিজ শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ…
মুম্বাইৰ বিশেষ আদালতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ সৈতে আৰিয়ান খানৰ জামিন আবেদন পুনৰ নাকচ কৰিছে।
আৰিয়ান খান আৰু আন ৭ জনক ৩ অক্টোবৰত মুম্বাই...