ছয় জনগোষ্ঠী জনজাতি কৰণৰ দাবীত দিশপুৰত প্ৰতিবাদ
অসম বিধান সভাৰ গ্ৰীষ্ম কালীন অধিবেশনৰ আজি দ্বিতীয় ।অধিবেশৰ দ্বিতীয় দিনটোত জনজাতিকৰণৰ মৰ্য্যদা বিচাৰি ৬টাকৈ সংগঠনে আজি উত্তাল কৰি তোলে লাষ্ট গেট ।উল্লেখযোগ্য যে...
ধৰ্ণা -বিক্ষোভৰ মাজৰে আৰম্ভ অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশন
কৰণা মহামাৰী মাজতে আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ গ্ৰীষ্ম কালীন অধিবেশন। কিন্তু অধিবেশনৰ প্ৰথম দিনাই ন্যায্য প্ৰাপ্তিৰ বাবে তিনিটাকৈ সংগঠনে ধৰ্ণা...
কোৰোনা সময়ছোৱাত “বেৰী হোৱাইট ইন ক’ৰাপছন -এ উত্তৰ-পূৰ্বাঞ্চলত প্ৰস্তুত কৰিব এন-৯৫ মাস্ক
কোৰোনা মহামাৰীৰ সময়ছোৱাত "বেৰী হোৱাইট ইন ক'ৰাপছন -এ উত্তৰ-পূৰ্বাঞ্চলত এন-৯৫ মাস্ক প্ৰস্তুত কৰাৰ কথা অনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে । বেৰী হোৱাইট ইন ক'ৰাপছনে প্ৰকাশ...
দক্ষিণ কামৰূপ জিলা কিষাণ মৰ্চাৰ সভাপতি প্ৰয়াত কমল কৃষ্ণ দাসৰ জীয়ৰিৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ...
গুৱাহাটী:- ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সভাপতি তথা মিৰ্জা নিবাসী কমল কৃষ্ণ দাস (৫৫)ৰ যোৱা ২১ আগষ্টত চিকিৎসাৰত অৱস্থাত হঠাতে পৰলোক...
বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তত আচাৰ্য সকলৰ বাবে ‘গুৰুশালা’ৰ দ্বাৰা অনলাইন প্ৰশিক্ষণ সম্পন্ন
গুৱাহাটী:- বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ শিক্ষকসকলৰ বাবে গুৰুশালাই ৪টা পৰ্যায় (১১-১২, ১৩-১৪, ১৮-১৯ আৰু ২০-২১ আগষ্ট ২০২)ত অনলাইন শিক্ষক প্ৰশিক্ষণৰ আয়োজন কৰে৷ এই...
চিৰাঙত বনৰীয়া হাতীৰ আক্ৰমনত নিহত এজন, মৃতদেহ লৈ পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ
চিৰাং:- চিৰাঙৰ বিজনীত বনৰীয়া হাতীৰ আক্ৰমনত এজন লোক নিহত । আজি ৰাতিপুৱা ৪.৩০ মান বজাত বিজনীৰ ১ নং বিষ্ণুপুৰ বজাৰৰ ওচৰত হাতীৰ আক্ৰমনৰ ফলত...
বৰপথাৰৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক কোভিড ডিউটিতঃ বিনা চিকিৎসাই উভতিছে ৰোগী
সৰুপথাৰঃ বৰপথাৰ অঞ্চলৰ সৰ্বসাধাৰণৰ চিকিৎসাৰ একমাত্ৰ ভৰসাৰ স্থল বৰপথাৰ নগৰৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এতিয়া চিকিৎসাৰ অভাৱ। বিগত কিছু দিনৰ পৰা চিকিৎসালয় খনলৈ ৰোগী...
“স্বৰ্গজ্যোতি ইভেন্টছ”ৰ ৰাষ্ট্ৰীয় ভিত্তিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
গুৱাহাটী:- মহানগৰীৰ সমাজ উন্নয়নমূলক অনুষ্ঠান স্বৰ্গজ্যোতি ইভেন্টছ-এ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুস্থিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয় ৷...
অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে ২ লাখ টকা মানস ৰবীনৰ
ডিজিটেল ডেস্কঃ ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰি কাৰাবন্দী হ’বলগীয়া হোৱা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ত যুঁজ দিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কিছুদিন...
বন্ধ ন্যায়ালয়ৰ কাম-কাজ, বাৰ এছ’চিয়েচন: প্ৰতিবাদত বহিল অধিবক্তা সমাজ
গুৱাহাটী:- বাৰ কাউন্সিল অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ, চিকিমে বৃহস্পতিবাৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। এঘন্টীয়াঅৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে...