CAA বলৱৎ হ’লেই অসম বন্ধৰ হুংকাৰ বিৰোধীৰ।
CAA বলৱৎ হ’লেই অসম বন্ধৰ হুংকাৰ বিৰোধীৰ। ঘেৰাও কৰিব জনতা ভৱন। CAAৰ বিৰোধিতা বিৰোধী ঐক্যৰ ১৬টা ৰাজনৈতিক দলৰ। কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিলে গণ আন্দোলনৰ হুংকাৰ। মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত হৈছিল বিৰোধী ঐক্যৰ বৈঠক।