বাইজুচ ৰ ত্ৰিপুৰাৰ শিক্ষাৰ্থীয়ে ৯৯ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে

9261

বিশ্বৰ আগশাৰীৰ এডটেক কোম্পানী বাইজুছৰ ছাত্ৰ অৰিজিত পালে দশম ব’ৰ্ড পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লাভ কৰি ত্ৰিপুৰাক গৌৰৱান্বিত কৰিছে। গোমতীৰ বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আছে। অৰিজিতে এই মাহৰ আৰম্ভণিতে চিবিএছইৰ দ্বাৰা ঘোষণা কৰা মেধা তালিকাত বিশিষ্ট পদলাভ কৰিছে। তেওঁ এপটোৰ ডিজিটেল শিক্ষণ সঁজুলিৰ জৰিয়তে তেওঁৰ ধাৰণাগত স্পষ্টতা শক্তিশালী কৰিবলৈ এবছৰধৰি বাইজুচৰ সৈতে শিকি আছে।

এই সফলতা সন্দৰ্ভত বক্তব্য ৰাখি বাইজুচৰ মুখ্য বিষয়বস্তু বিষয়া বিনয় এমআৰে কয়, “অৰিজিতৰ কৃতিত্ব আমাৰ মঞ্চৰ কাৰ্যকাৰীতাৰ প্ৰকৃত প্ৰমাণ। আমি তেওঁক তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো। আমাৰ গুৰুত্ব হৈছে প্ৰতিজন শিক্ষাৰ্থীক তেওঁলোকৰ শিকাৰ ব্যৱধান আৰু শক্তিৰ বিষয়ে গভীৰ ভাৱে বুজাবুজি প্ৰদান কৰি তেওঁলোকৰ বাবে এক ব্যক্তিগতকৃত শিক্ষণ অভিজ্ঞতা সৃষ্টি কৰা। “পৰম্পৰাগত পদ্ধতিৰ বিপৰীতে, অনলাইন শিক্ষণে ধাৰণাবোৰ সৰল, সহজ আৰু অধিক কাৰ্যকৰী প্ৰকাৰে ব্যাখ্যা কৰে। বাইজুছে, যাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক শিকাৰ প্ৰেমত পৰাত সহায় কৰা, তেওঁলোকৰ দক্ষতাৰ স্তৰৰ ওপৰত আধাৰিত কৰি ব্যক্তিগতকৃত শিক্ষাযাত্ৰা সৃষ্টি কৰি এক আকৰ্ষণীয় আৰু কাৰ্যকৰী শিক্ষণ অভিজ্ঞতা প্ৰদান কৰে।