দীৰ্ঘ প্ৰতীক্ষাৰ অৱসান!
দেশলৈ উভতিল বিএছএফ জোৱান পুৰ্ণম।
আজি পুৱা ১০বজাত আটাৰী-ৱাঘা সীমান্তৰে দেশলৈ উভতিছে জোৱানজন।
২৩ এপ্ৰিলৰ পৰা পাকিস্তানত আৱদ্ধ হৈ আছিল পুৰ্ণম।
BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ।
২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান জনক।
