ব্ৰিটানিয়া ৫০৫০-এ ইয়াৰ প্ৰথম আলু-আধাৰিত বিস্কুট মুকলি কৰে

165

ব্ৰিটানিয়া ৫০৫০-এ ৫০ পটেটো চিপ ৫০ বিস্কুট সামগ্ৰী ‘৫০৫০ পটাজোছ’ মুকলি কৰাৰ সৈতে চল্টী স্নেক্সত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছে। ৫০৫০ পটাজোছ হৈছে এক ফিউজন সামগ্ৰী, যি দেশত ২ টা ৰোমাঞ্চকৰ আৰু প্ৰিয় স্নেকিং ফৰ্মেট একত্ৰিত কৰে- আলুৰ চিপ আৰু বিস্কুট। সামগ্ৰীটো আৰম্ভণিতে জুলাইত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত মুকলি কৰা হৈছিল আৰু অনাগত মাহত দেশৰ বাকী অংশত আৰম্ভ হ’ব।

ব্ৰিটানিয়া ৫০৫০ পটাজোছ পাতল, মুচমুচে আৰু বিস্কুট ৰ সজ্জাত আলুচিপৰ চিনাকি ‘মাচালেডাৰ’ ফ্লেভাৰ প্ৰদান কৰে। কোম্পানীটোৱে কৰা এক দেশব্যাপী উপভোক্তা জৰীপত, সামগ্ৰীটোগ্ৰাহকসকলে স্নেকিং স্থানত ‘সৰ্বশ্ৰেষ্ঠ নতুন সামগ্ৰী’ হিচাপে মূল্যাঙ্কন কৰিছিল। নতুন সামগ্ৰী মুকলি সন্দৰ্ভত মন্তব্য কৰি ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰিজৰ ভিপি মাৰ্কেটিং বিনয় সুব্ৰমণ্যমে কয়, “ব্ৰিটানিয়া ৫০-৫০ পটাজোছ হৈছে ৫০-৫০ ব্ৰেণ্ডত এক ভয়ংকৰ সংযোজন, আৰু আমি বিশ্বাস কৰোঁ যে এই সামগ্ৰীটো বিস্কুটবজাৰ আৰু নিমখযুক্ত স্নেক্স বজাৰ দুয়োটাৰ পৰা আহৰণ কৰিব পাৰে, যিহৈছে দেশৰ খাদ্যৰ সৰ্ববৃহৎ দুটা শ্ৰেণী।”