শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ।
পুৱাই প্ৰেমিক-প্ৰেমিকাই ল’লে এই চৰম সিদ্ধান্ত।
জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুয়োৱে ।
এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয় ।
কিহৰ বাবে এই ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
