পুনৰবাৰ বিজেপিৰ নীতিৰ বিৰুদ্ধে গ’ল চন্দ্ৰবাবু নাইডুৰ TDP।
জনসংখ্যা নিয়ন্ত্ৰণক লৈ বিজেপি নীতিৰ সৈতে নিমিলে চন্দ্ৰবাবু নাইডুৰ নীতি।
দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ পোষকতা চন্দ্ৰবাবু নাইডুৰ।
এইবাৰ TDPৰ সাংসদে ঘোষণা কৰিলে পুৰস্কাৰ।
তৃতীয়টো সন্তান কন্যা জন্ম হ’লে লাভ কৰিব ৫০ হাজাৰ।
তৃতীয়টো সন্তান পুত্ৰ হ’লে চৰকাৰে দিব গো ধন।
TDPৰ সাংসদ কে আপাল্লা নাইডুৱে ঘোষণা কৰিলে এই পুৰস্কাৰ।