১৩টা স্থানত আই পি এল ২০২৫ৰ মুকলি অনুষ্ঠান হ’ব

6

১৩টা স্থানত আই পি এল ২০২৫ ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিবলৈ সাজু হৈছে বি চি চি আই ।১৩টা স্থানত আই পি এল ২০২৫ ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিবলৈ সাজু হৈছে বি চি চি আই ।২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ৷প্ৰথমখন খেলৰ পূৰ্বে ৮খন চহৰৰ আটাইকেইখনতে মুকলি অনুষ্ঠান অনুষ্ঠিত হৈছিল । ব্যতিক্ৰম এয়ে যে, এইবাৰ ৮খন চহৰৰ পৰিৱৰ্তে ১৩খন চহৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জল্পনা-কল্পনা কৰা হৈছে