পুনৰ বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা

11

ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰক্ষীয়ে দুজন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে । লগতে তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰে আৰক্ষীয়ে ।অসম আৰক্ষীয়ে সীমান্ত টহল দি থকাৰ সময়তে এই বাংলাদেশী নাগৰিক দুজনক আটক কৰে । এই অনুপ্ৰৱেশকাৰী দুজন ক্ৰমে আকবৰ আলী আৰু মহম্মদ আপন ।