খাৰুৱাবান্ধা আৰক্ষীৰ বৃহৎ সফলতা।
হাটশিঙিমাৰী খাৰুৱাবান্ধাৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান।
অভিযানত জব্দ ৬.৪৯ গ্ৰাম হেৰোইন, প্ৰায় ১০০০ য়াবা টেবলেট,এটা মোবাইল ফোন আৰু নগদ ৭৮০ টকা লগতে গ্ৰেপ্তাৰ বাসেৰ আলী নামৰ এজন লোক।