পুনৰ খাকী পোছাকত দাগ লগালে

7

আকৌ খাকীত দাগ লগালে অসম আৰক্ষীৰ বিষয়াই৷ মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পাছতো সলনি নহ’ল চৰিত্ৰ৷ মৰনৈ থানাৰ OC বিশ্বজ্যোতি শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ৷ বিনা গোচৰত নিশা লকআপত ৰাখি ধন লোৱাৰ অভিযোগ ভুক্তভোগীৰ৷ দালালৰ জৰিয়তে ২ ভুক্তভোগীৰ পৰা ৪০ হাজাৰ টকা লোৱাৰ অভিযোগ৷ ধন লৈ দুয়োকে পুৱাহে এৰি দিয়ে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।