দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হোৱা এডভান্টেছ আছাম ২.০ ৰ আজি শেষ দিন। সন্মিলনৰ প্ৰথম দিনটোত দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অসমত কোটি কোটি টকা বিনিয়োগ কৰে।আজি এডভান্টেজ আছাম ২.০ৰ দ্বিতীয় দিন। এই দিনটোতে দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আজিৰ দিনটোত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অসমত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।