ASP শুভলক্ষ্মী দত্তক হেড কোৱাৰ্টাৰ ক্ল’জড। টুইটযোগে প্ৰকাশ কৰিলে DGP জি পি সিঙে। নিৰপেক্ষ তদন্তৰ খাতিৰত হেড কোৱাৰ্টাৰ ক্লজড শুভলক্ষ্মী দত্তক। শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে হ’ব বিভাগীয় তদন্ত। তদন্তত দোষী প্ৰমাণিত হ’লে লোৱা হ’ব পৰৱৰ্তী ব্যৱস্থা। মহিলা আয়োগৰ পত্ৰৰ পাছতেই টুইট DGPৰ। বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ।
