অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) প্ৰশাসনিক কাৰণত উপ মহাপ্ৰৱন্ধক (আইন), অ’চিএফএ সহায়ক আৰু ড্ৰাইভাৰ (ফ্ৰেছ) শ্ৰেণীৰ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰে।
এপিডিচিএলে দুটা পৃথক জাননীত কয় যে এই তিনিটা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে।
