APCC ৰ সভাপতি তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাৰ ভোটাধিকাৰ সাব্যস্ত

78

৭৮ নং গহপুৰ বিধান সভা সমষ্টিৰ  APCC ৰ সভাপতি তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ১১৭ নং গহপুৰ এম,ভি স্কুল ভোট কেন্দ্ৰত। ভোটাধিকাৰ সাব্যস্ত কৰি ৰিপুন বৰাই এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে। তেওঁৰ লগত ভোট প্ৰদাণ কৰিবলৈ আহে পত্নী,পুত্ৰ আৰু কন্যা। গহপুৰৰ পৰা ৰিপুন বৰাৰ জয় নিশ্চিত বুলি ৰিপুন বৰাই মন্তব্য প্ৰকাশ কৰে।