পুনৰ নথি-পত্ৰ বিহীন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

7

ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণৰ প্ৰথম কেইসপ্তাহমানৰ পিছতে দেশত এক প্ৰব্ৰজনবিৰোধী অভিযান আৰম্ভ কৰে ।দ্বিতীয়বাৰৰ বাবে শাসনভাৰ গ্ৰহণ কৰাৰ প্ৰথম মাহত ২০,০০০ তকৈও অধিক কোনো নথিপত্ৰ নোহোৱা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । উল্লেখযোগ্য নে ডি এইচ এছৰ সচিব কৃষ্টি নয়েমে বুধবাৰে এক বিবৃতিত কয়, “সীমান্ত সুৰক্ষিত কৰিবলৈ আৰু অবৈধ বিদেশী অপৰাধীসকলক বিতাড়িত কৰিবলৈ আমি যি ব্যৱস্থা গ্ৰহণ কৰি আছো, তাৰ কাৰণে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনে প্ৰতিদিনে জীৱন ৰক্ষা কৰি আছে ।