আমাজন ফেশ্বনে আগবঢ়াইছে ৱাৰ্ডৰব ৰিফ্ৰেছ চেলৰ ১৩সংখ্যক সংস্কৰণ

661

আমাজন ফেশ্বনৰ  ১৩সংখ্যক ৱাৰ্ডৰব ৰিফ্ৰেছ চেলত ৮ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ফেশ্বন ব্ৰেণ্ডৰ বিভিন্ন সামগ্ৰীৰ ওপৰত আকৰ্ষণীয় লেনদেন আগবঢ়াইছে। ৬ দিনীয়া এই শ্বপিং এক্সট্ৰাভাগাঞ্জাত অন্তৰ্ভুক্ত আছে ভেন হিউচেন, লিভাইছ, ভেৰো মোডা, এডিডাছ, পুমা, ফ’চিল, টাইটান, আমেৰিকান ট্যুৰিষ্টাৰ, মকোবাৰা, জিভা, জেনেম, লেকমে, ল’ৰিয়েল পেৰিছ, ফৰেষ্ট এচেঞ্চিয়েলছ আৰু দ্য বডি শ্বপৰ দৰে ব্ৰেণ্ডসমূহ। আপোনাৰ ‘প্ৰতিটো ক্ষণ ফেশ্বনেবল’ কৰি তুলিবলৈ জনপ্ৰিয়-আগশাৰীৰ ফেশ্বন ষ্ট’ৰত ৮০% পৰ্যন্ত ৰেহাই আৰু বিলাসী ব্ৰেণ্ডত ৬৫% পৰ্যন্ত ৰেহাই উপভোগ কৰক।

২০২৩ বৰ্ষটো বিদায়ৰ পৰত বিভিন্ন অনুষ্ঠান যেনে খ্ৰীষ্টমাছ ব্ৰাঞ্চ, হাউচ পাৰ্টী, বিবাহ, ভ্ৰমণ আৰু নৱবৰ্ষ উদযাপনৰ বাবে আপোনাৰ ৱাৰ্ডৰবক নতুনকৈ সজাই তোলাৰ সময় আহি পৰিছে। প্ৰায় ১২০০+ ব্ৰেণ্ডৰ ৪৫ লাখ+তকৈও অধিক ষ্টাইলৰ মাজৰ পৰা শ্বপিং কৰা লোকসকলে পোছাক, হেণ্ডবেগ, ঘড়ী, গহণা আৰু সৌন্দৰ্য্যৰ প্ৰয়োজনীয় সামগ্ৰীৰ লেনদেন বা অফাৰৰ সুযোগ ল’ব পাৰে। এক্সক্লুছিভ ৮ পিএম ডিলত অতি কমেও ৩০% ৰেহাইৰ লগতে ২০%পৰ্যন্ত অতিৰিক্ত ৰেহাইৰ সৈতে সামগ্ৰী ক্ৰয় কৰি যথেষ্ট পৰিমাণে সঞ্চয় কৰক, লগতে আগশাৰীৰ ব্ৰেণ্ডৰ সৈতে লেনদেন কৰি বিনামূলীয়া উপহাৰ আৰু ক্লিয়াৰেন্স ষ্ট’ৰত অতি কমেও ৭০% ৰেহাই উপলব্ধ ডিলসমূহৰ সুবিধাও লাভ কৰিব পাৰে।

এই বিষয়ে আমাজন ফেশ্বনৰ ভাইচ-প্ৰেচিডেণ্ট সৌৰভ শ্ৰীবাস্তৱে কয় যে, “এই বছৰৰ সংস্কৰণে আগশাৰীৰ ব্ৰেণ্ড, দ্ৰুত ডেলিভাৰী, সহজ ৰিটাৰ্ণ আৰু আউটফিট বিল্ডাৰ আৰু ষ্টাইল স্নেপৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ এক ত্ৰুটিপূৰ্ণ, নিৰৱচ্ছিন্ন সমন্বয়ৰ প্ৰতিশ্ৰুতি দিছে, যি হৈছে এক ইমেজ ভিত্তিক অনুসন্ধান সঁজুলি, যাৰ সহায়ত গ্ৰাহকসকলক নিজৰ বহু প্ৰত্যাশিত ষ্টাইলৰ সৈতে ঘনিষ্ঠভাৱে মিল থকা সামগ্ৰী অন্বেষণ কৰিবলৈ সক্ষম কৰি তোলে।”