১০ অক্টোবৰত ঘোষণা হ’ব ADRE ৰ ফলাফল। প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে পৰীক্ষাৰ ফলাফল চাব পাৰিব। এই পৰীক্ষাত লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।তৃতীয় শ্ৰেণীৰ পদসমূহৰ ফলাফল দিনৰ ১০.৩০ বজাত হ’ব। এই ঘোষণাৰ পাছতে পূৰণ হ’ব ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী খালী পদ। পৰীক্ষাৰ্থীসকলে ফলাফল slrcg3.sebaonline.org ৱেবচাইটৰ জৰিয়তে চাব পাৰিব।
