মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ এ চি এৰ ৩৫ লাখ টকাৰ বৰঙণি

47

অসম ক্ৰিকেট ( এ চি এ ) সন্থাই
অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ
৩৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছে ৰাজ্যৰ বান সাহাৰ্য প্ৰচেষ্টাৰ সমৰ্থনত ।

এ চি এৰ সভাপতি তৰংগ গগৈ, সম্পাদক ত্ৰিদিৱ কোঁৱৰ, কোষাধ্যক্ষ চিৰঞ্জীৱ লাংথাচা আৰু মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তৰে গঠিত এটা সঁজাতি দলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীস্থ বাসভৱনত সাক্ষাত কৰি উক্ত বৰঙণি অৰ্পণ কৰে ।